পোলেণ্ডকপোলোকা

পোলো (Bangla)
1. (Material Noun-Neuter) A kind of basket for catching fish. বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন, ইয়াৰ দুই মূৰ খোলা থাকে আৰু এফালে পানীত চবিয়াই আনফালেদি তাত সোমোৱা মাছটো ধৰা হয়৷
English: Polo,
Assamese: পল,
Bodo: जेखाइ,
Mising: polong,
Meeteilon: longup,
Karbi: ru,
Bangla: পোলো