প্ৰক্ৰিয়াকৰণপ্ৰখ্যাত

প্ৰকৰণ (Assamese) [ Roman: pro.ko.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-11-11
1. (Abstract Noun) one part of a big book/report কোনো কিতাপ বা প্ৰতিবেদনৰ কোনো এটা বিষয়ৰ ওপৰত লিখা অংশ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-11-11
2. (Abstract Noun) The series of activities carried out to achieve certain goal, like building or manufacturing something. কাম সম্পাদন কৰা ক্ৰম ।