প্ৰণম্প্ৰণাম কৰ্

প্ৰণাম (Assamese) [ Roman: pro.nam]
Contributed by: Anup Raj Hazarika on 2023-03-10
1. (Verbal Noun) The act of making a reverent petition to God, a god, or another object of worship. ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।

Contributed by: Biraj Kumar Kakati on 2008-03-25
2. (Abstract Noun) Indian greeting gesture consisting of a small bow while holding the palms together raised before the body. ভাৰতীয় ৰীতি অনুসৰি দুয়োখন হাত লগ-লগাই মূৰ দোঁৱাই কৰা সম্ভ্ৰম| সাধাৰণতে নিজতকৈ বয়সত ডাঙৰ বা সন্মানীয় মানুহৰ ক্ষেত্ৰত প্ৰণাম ব্যৱহাৰ কৰা হয়|