প্ৰতিবিম্বপ্ৰতিবিষ

প্ৰতিবিম্বন (Assamese) [ Roman: pro.ti.bim.bon]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-04
1. OpticsAcoustics(Abstract Noun) The change in direction of a wave, such as a light or sound wave, away from a boundary the wave encounters. Reflected waves remain in their original medium rather than entering the medium they encounter. এটা মাধ্যমৰ পৰা তৰঙ্গ (পোহৰ, শব্দ আদি) আন এটা মাধ্যমলৈ গতি কৰোঁতে দ্বীতিয় মাধ্যমটোৰ বেৰত ঠেকা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি অহা পৰিঘটনা ৷

Contributed by: নৱনাথ চহৰীয়া on 2021-02-19
2. Physics(Abstract Noun) A device or phenomenon (such as a gravitational field) that causes light or other radiation to converge or diverge by an action analogous to that of a lens. এক সঁজুলি বা পৰিঘটনা, যাৰ প্ৰভাৱত পোহৰ বা আন ৰশ্মি এখন পৰ্দাৰ কৰাৰ দৰে অভিকেন্দ্ৰিত বা অপকেন্দ্ৰিত হয়৷ উদাহৰণ - মাধ্যাকৰ্ষণিক প্ৰতিবিম্বন