প্ৰতিষাৰপ্ৰতিষেধক

প্ৰতিষেধ (Assamese) [ Roman: pro.ti.xedh.]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-19
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) The action of prohibiting or inhibiting or forbidding (or an instance thereof). কোনো কাম নকৰিবলৈ দিয়া আদেশ বা উপদেশ |

2. (Abstract Noun) The power or right to prohibit or reject a proposed or intended act (especially the power of a chief executive to reject a bill passed by the legislature). বলৱৎ কৰিবলৈ মনস্থ অথবা সাজু কৰা কোনো আইন ৰদ কৰিবলৈ অথবা বলৱৎ হোৱা প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা ভোট ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-13
3. Medical Science(Verbal Noun) the prevention of a specific disease কোনো নিৰ্দ্দিষ্ট ৰোগৰ নিবাৰণ বা ৰোগ নহ’বলৈ লোৱা আগতীয়া ব্যৱস্থা