প্ৰতিসৰণপ্ৰতিহত

প্ৰতিসৰিত (Assamese) [ Roman: pro.ti.xo.ri.to]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-23
1. Physics(Verbal Adj.) subjected to refraction, i.e. the change of direction of a ray of light, sound, heat, or the like, in passing obliquely from one medium into another in which its wave velocity is different প্ৰতিসৰণ ঘটা, অৰ্থাৎ পোহৰ, শব্দ, তাপ আদিয়ে এটা মাধ্যমৰ পৰা ভিন্ন তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট আন এক মাধ্যমলৈ গতি কৰোঁতে দিশৰ পৰিৱৰ্ত্তন হোৱা