প্ৰতীতপ্ৰতীতিবাদ

প্ৰতীতি (Assamese) [ Roman: pro.ti.ti]
Contributed by: Bikram M Baruah on 2008-06-27
1. (Abstract Noun) Familiarity, awareness, or understanding gained through experience or study. অভিজ্ঞতা অথবা অধ্যয়নৰ জৰিয়তে লাভ কৰা পৰিচিতি, সচেতনতা বা বোধশক্তি।

Contributed by: Bikram M Baruah on 2008-06-27
2. (Abstract Noun) an idea of something formed by mentally combining all its characteristics or particulars সকলো দোষ-গুণ বা সবিশেষ তথ্য মনতে একেলগ কৰি কিহবাৰ বিষয়ে ধাৰণ কৰা মত