প্ৰত্যৰ্থীপ্ৰত্যৰ্পণ কৰ্

প্ৰত্যৰ্পণ (Assamese) [ Roman: pro.tyor.pon]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-23
1. (Verbal Noun) the act of giving back to a former owner পূৰ্বৰ গৰাকীক ঘূৰাই দিয়া কাৰ্য্য

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-07-17
2. Political Science(Verbal Noun) the act or process of bringing or sending back (a person, especially a prisoner of war, a refugee, etc.) to his or her country or land of citizenship (কোনো ব্যক্তি, বিশেষকৈ যুদ্ধ-বন্দী, শৰণাৰ্থী আদিক) তেওঁৰ নিজৰ দেশলৈ ঘূৰাই অনা বা পঠোৱা কাৰ্য্য বা প্ৰক্ৰিয়া