প্ৰশ্বাসপ্ৰসংগ

প্ৰশ্ৰয় (Assamese) [ Roman: pro.sroy]
Contributed by: Rupankar Mahanta on 2007-01-15
1. (Abstract Noun) a place for taking refuge কোনো বিপদ আপদৰ পৰা ৰক্ষা পাবলৈ স্থানান্তৰিত হোৱা ঠাই ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-24
2. (Abstract Noun) boldness acquired due to indulgence or weakness of someone. কাৰোবাৰ দুৰ্বলতাৰ বাবে বেয়া কাম কৰিবলৈ পোৱা উত্সাহ।