প্ৰস্তাৱটিপ্ৰস্তাৱিত

প্ৰস্তাৱনা (Assamese) [ Roman: pro.sta.wo.na]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-09-10
1. (Abstract Noun) An initial action which makes the beginning of further actions. কোনো ডাঙৰ কামৰ আৰম্ভণিতে কৰা কামকাজ৷

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-09-10
2. (Abstract Noun) introductory remarks at the beginning of a book or writing. কিতাপ বা লেখাৰ আৰম্ভণিতে কৰা পৰিচয়সূচক মন্তব্য।