প্ৰাৰ্থকপ্ৰাৰ্থনা কৰ্

প্ৰাৰ্থনা (Assamese) [ Roman: prar.tho.na]
1. (Verbal Noun) The act of making a reverent petition to God, a god, or another object of worship. ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।

Contributed by: Bikram M Baruah on 2006-07-28
2. (Abstract Noun) the act of asking for something to be given or done, esp. as a favor or courtesy; solicitation or petition কোনো কাৰ্য্য কৰাৰ বাবে বা কিবা দিয়াৰ বাবে কৰা অনুৰোধ, বিশেষকৈ সৌজন্যতা বা সহায় হিচাপে

প্ৰাৰ্থনা (Bangla) [ Roman: prar.thona]
Contributed by: Satabdi Dutta on 2022-10-13
3. (Abstract Noun) The act of asking for something in an anxious way. অতি আগ্ৰহেৰে বা ব্যাকুলতাৰে কোনো বস্তু খোজা কাৰ্য্য।