পৰিচলন-চিত্ৰপৰিচালন

পৰিচালক (Assamese) [ Roman: po.ri.sa.lok]
fm: পৰিচালিকা
Contributed by: Rupankar Mahanta on 2006-10-30
1. (Common Noun-Common) The main person of a family or clan. এটা পৰিয়াল বা বংশৰ প্ৰধান ব্যক্তি।

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2006-10-30
2. (Common Noun-Common &/or Masculine) a person who instructs and controls the activities of movie making. বোলছবি অথবা নাটকৰ কাৰ্য্যাৱলীৰ নিয়ন্ত্ৰণ কৰোঁতা বা নিৰ্দেশ দিওঁতা।