পৰিবাচিপৰিবাহী

পৰিবাহিতা (Assamese) [ Roman: poribahita]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. Electricity and Magnetism(Abstract Noun) The ability or power to conduct or transmit heat, electricity, or sound তাপ, বিদ্যুৎ বা শব্দ পৰিবহন কৰিব পৰা ক্ষমতা বা সামৰ্থ্য

Contributed by: Rupankar Mahanta on 2006-07-08
2. (Abstract Noun) a measure of a material's ability to conduct electric charge; the reciprocal of the resistance বিদ্যুৎ পৰিবহন কৰিব পৰা ক্ষমতা; ৰোধৰ প্ৰতিক্ৰমী