পৰিবৰ্তেপৰিবৰ্ত্তন কৰ্

পৰিবৰ্ত্তন (Assamese) [ Roman: po.ri.bor.ton.]
alt: পৰিবৰ্তন
1. (Verbal Noun) the act of making the form, nature, content, future course, etc., of (something) different from what it is or from what it would be if left alone বৰ্ত্তমানে থকা অৱস্থা বা ভৱিষ্যতে অকলশৰীয়াকৈ ৰাখিলে থাকিব লগীয়া অৱস্থাতকৈ কোনো বস্তুৰ ৰূপ, স্বভাৱ, গাঁথনি আদি বেলেগ কৰা কাৰ্য্য