পৰিৱেশপৰিৱেশন কৰ্

পৰিৱেশন (Assamese) [ Roman: po.ri.be.xon]
Contributed by: Bikram M Baruah on 2013-06-22
1. (Verbal Noun) presentation of a cultural program সাংস্কৃতিক কাৰ্য্যসূচী আগবঢ়োৱা

Contributed by: Biraj Kumar Kakati on 2008-02-21
2. (Abstract Noun) The act of distributing or spreading or apportioning; particularly in case of food. কোনো বস্তু ভগাই অথবা বিলাই দিয়া কাৰ্য্য; বিশেষতঃ খাদ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় |