পৰ্যাসপৰ্যায়ক্ৰমে

পৰ্যায় (Assamese) [ Roman: por.jyay]
alt: পৰ্য্যায়
1. (Abstract Noun) a position or plane in a graded scale of values ক্ৰমবৰ্দ্ধিত মূল্যাংক সূচোৱা এক অৱস্থান বা তল

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
2. Language-Linguistics(Abstract Noun) collection of synonymous words সমাৰ্থক শব্দৰ গোট বা সমূহ