ফাটকিয়ালফাটবোৰেদি

ফাটবিহু (Assamese) [ Roman: phat.bi.hu]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-02-29
1. Festival(Abstract Noun) A festival of Assam clebrated in Dhakuakhan area of Lakhimpur distric. ফাটবিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ `ফাট` ম`হঘূলি চাপৰিত ষোল্ল শতিকাৰ পৰাই অনুষ্ঠিত হৈ অহা বিহু৷ আহোম ৰাজত্বকালত স্বৰ্গদেউসকলে নৈৰ পাৰৰ একোডোখৰ ঠাইত বেহা-বেপাৰ কৰিবলৈ সুবিধা কৰি দি ফাট বহুৱাইছিল৷ উত্তৰ অসমৰ ঢকুৱাখনাতো এনে ফাট বা হাট বহিছিল আৰু কৰ-কাটল লোৱা হৈছিল৷
English: Phat Bihu,
Assamese: ফাটবিহু