ফারাণিফালন

ফাল (Assamese) [ Roman: phal]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) the line along which anything lies, faces, moves, etc. কোনো বস্তু যি ৰেখাত অৱস্থিত, অথবা যি ৰেখাৰ ফালে মুখ কৰি আছে বা গতি কৰিছে|
English: direction,
Assamese: অভিমূখ, চমি, চৌভিতি, দিক, দিক-বিদিক, দিশ, পিনsfx , ফাল, বাগ, ভিতিold ,
Bodo: दिग,
Meeteilon: maikei,
Nepali: तिर, दिशा, पक्ष लिनु,
Deori: দুগিং, লুতি

Example Sentences:

1. তেওঁ আমাৰ ঘৰৰ ফালে আহি আছিল।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-11
2. (Material Noun-Neuter) the broad curved blade of a plough which slices the furrow. নাঙলৰ তলফালে থকা বহল, বক্ৰ আৰু আগজোঙা ধৰাল লোহাৰ ফলক| ইয়াৰ সহায়ত মাটি চহোৱা হয়|

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-11
3. (Verb-Trans.) To pull apart or in pieces by force. বলেৰে কোনো বস্তুক খণ্ড-খণ্ড কৰ্|

Contributed by: Bikram M Baruah on 2009-04-04
4. (Verb-Trans.) to make a long cut of things. কোনো বস্তু দীঘলকৈ টুকুৰা কৰা|
English: slit,
Assamese: চিৰ্, ফাল, ৰেপ্,
Meeteilon: shangna kakpa

Example Sentences:

1. সি খৰি ফালি আছে।

Contributed by: Bikram M Baruah on 2010-02-14
5. (Material Noun-Neuter) One part on one end of an entity. যিকোনো বস্তুৰ এক প্ৰান্তীয় ভাগ|