ফিঙ্ফিচাহিনী

ফিচা (Assamese) [ Roman: fi.sa]
alt: ফিছা
Contributed by: Atul Ch. Kakoti on 2010-04-23
1. (Abstract Noun) The end limbs of a fish that is used to steer while traveling in water. In the modern age a fin is used to lift or thrust an Airplane, Rocket, Submarine etc. in water or air. যিকোনো মাছৰ শেষৰ ’V’ আকৃতিৰ পাখি বা কোনো কোনো জন্তুৰ ঠিয় আৰু চেপেটা নেজ ভাগ ৷ বৰ্ত্তমান যুগত এৰোপ্লেন, ৰকেট, চাবমেৰিন আদিৰ পাচফালে বতাহ বা পানীৰ মাজেৰে পোন দিশেৰে গতি কৰিব পৰাকৈ বিশেষ ভাবে তৈয়াৰ কৰি উলিওৱা যন্ত্ৰ বিশেষ ৷
English: Fin,
Assamese: ফান, ফিচা