ফুচ-ফুচনিফুচফুচ

ফুচকা (Assamese) [ Roman: phus.ka]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
1. Cuisine-Food(Proper Noun-Neuter) A north indian recipy. Small ghiu luchi servered with mased potatoo. নিচেই সৰু (৪ -৫ চেমি) লুচি বা পুৰি যাক আলু পিটিকা আৰু তেতেলি পানীৰ সৈতে পৰিৱেশন কৰা হয়৷ উত্তৰ ভাৰতীয় খাদ্য বিশেষ৷