ফুলৰ চাকিফুস্কা

ফুলৰি (Assamese) [ Roman: phu.lo.ri]
Contributed by: Partha P Sarmah on 2011-09-29
1. Cuisine-Food(Material Noun-Neuter) a popular Indian fast food. (মূল অসমীয়া ফুলৰি, পকৰি হিন্দী ’পকৌৰি’ পৰা অহা, পকোৰা অসমীয়াকৰণ)বেচন (ৰ লগত পিয়াঁজ, ফুলকবি, পাতলীয়াকৈ কটা আলুৰ চকল আদিৰ যিকোনো এটা)মিহলাই লগতে কেচা জলকীয়া, নিমখ আদি দি সৰহীয়া তেলত প্ৰায় গোল বা দীঘলীয়া আকৃতিৰে ভজা এবিধ মুখৰোচক খাদ্য৷বহুতে পচলিৰ পৰিবৰ্তে মাংস আদিও মিহলাই দিয়ে