ফৰিষ্টাফৰ্দ
ফৰিয়াদী (Assamese) [ Roman: pho.riya.di]
Contributed by: Biraj Kumar Kakati on 2008-05-11
English: accuser, complainant, litigant, plaintiff,
Assamese: অভিযোক্তা, অভিযোগকাৰী, খলুৱা, গুচৰীয়া, ফৰিয়াদী, বদিয়াৰ, বাদী, মোকৰ্দমাকাৰী,
Garo: matnanggipa mande
ফৰিয়াদী (Assamese) [ Roman: pho.riya.di]
Contributed by: Biraj Kumar Kakati on 2008-05-11
1. (Common Noun-Common) a person who makes a formal complaint against somebody in a court of law আদালতত কাৰোবাৰ বিৰুদ্ধে গোচৰ তৰা লোক ৷
Assamese: অভিযোক্তা, অভিযোগকাৰী, খলুৱা, গুচৰীয়া, ফৰিয়াদী, বদিয়াৰ, বাদী, মোকৰ্দমাকাৰী,
Garo: matnanggipa mande