বক্ষোৰুহবক্ৰ

বক্সাইট (Assamese) [ Roman: bok.sait]
Contributed by: Webmaster-II on 2017-09-15
1. Geology(Material Noun-Neuter) A clay-like mineral, chief source of aluminium. এবিধ মাটিৰ দৰে পদাৰ্থ৷ ইয়াৰ বৰণ পাতল হালধীয়াৰ পৰা ৰঙা-মুগা বৰণীয়া৷ এলুমিনিয়াম তৈয়াৰ কৰিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়৷
English: Bauxite,
Assamese: বক্সাইট