বগৰাই দেবঘাসুৰ

বগৰী (Assamese) [ Roman: bo.go.ri Origin: সং. বদৰী (হেম১৩)]
co.adj: কেহা~, টেঙা~, মিঠা~, plc: -বিলাক, -বোৰ, dfc: -খিনি, -গাল, -জোপা, -টো, -ডাল
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-01
1. Fruits(Common Noun-Neuter) Any of several shrubs or small throny trees of the genus Prunus, bearing smooth-skinned, fleshy, edible fruit with a single hard-shelled stone that encloses the seed. প্ৰুনাচ প্ৰজাতিৰ অন্তৰ্গত সৰু কাঁইটীয়া বা জোপোহা এবিধ গছ, যাৰ মঙহাল, খাব পৰা ফলৰ বাকলিখন মসৃণ আৰু বীজটো কঠিন চোকোৰাৰে ঢাক খাই থাকে।
English: Indian Jujube, plum, Ziziphus mauritianasci ,
Assamese: বগৰী,
Bodo: बैग्रिफिथाय,
Khasi: u sohplom,
Karbi: thakri,
Hmar: theite,
Nagamese: bogori, plom,
Dimasa: sam-dilaudi, thaigundi,
Tai: মাক খে,
Hindi: बेर,
Bangla: কুল, বদরি, বরইcb syl ,
Tiwa: pugri,
Deori: তিকজি

Example Sentences:

1. সিহঁতে ৰ'দত বহি বগৰী খাই আছে।