বলিৰেখাবলীউডৰ

বলী (Assamese) [ Roman: bo.li]
1. (Proper Adj.-Common &/or Masculine) capable of exerting great physical force প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-08
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. Hinduism(Proper Noun-Masculine) the elder brother of Sri Krishna, Balram is the eighth incarnation of Lord Vishnuis. শ্ৰীকৃষ্ণৰ জেষ্ঠ ককায়েক বলৰাম হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ৷