বহবহক

বহঁত (Assamese) [ Roman: bo.ho`t]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-08-05
Ref: চন্দ্ৰকান্ত অভিধান
1. Tree(Common Noun-Neuter) a valuable tropical tree species native to India and used for fruit, furniture, timber, and feed. কঁঠাল জাতিৰ এবিধ ওখ ডাঙৰ গছ [কঁঠালৰ নিচিনা ফুল থকা ঘূৰণীয়া খামুচীয়া টেঙা গুৰি ধৰে; পকিলে ৰঙা আৰু অলপ সোবাদ হয়; গছৰ ছালেৰে তামোলৰ লগত ছালি খায়৷]