বাক্সবাকৰি

বাক্সা (Assamese) [ Roman: bak.sa]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-26
1. Place(Proper Noun-Neuter) Baksa district is one of the 27 districts of Assam. It is in westrn Assam in north bank of river Brahmaputra. বাক্সা জিলা অসমৰ ২৭ খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ৷ বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত৷ ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়৷ বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ৷
English: Baksa,
Assamese: বাক্সা,
Bodo: बाक्सा