বাচ্ছাবাচ্যা-বাচ্যি

বাচ্য (Assamese) [ Roman: ba.syo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-07
1. (Proper Adj.-Neuter) words or sounds that can be pronounced or articulated. উচ্চাৰণ কৰিব পৰা শব্দ, সমাজত ক’ব পৰা শব্দ

Contributed by: Partha P Sarmah on 2008-08-12
2. (Abstract Noun) (in a sentence)the form of a verb which shows whether the subject of the sentence performs the action or is affected by it. When the subject does the action, it is called the 'active voice' and if it is what the action is directed at,it is 'passive voice'. (pl.see separate entries on these two) বাক্যৰ কৰ্তাই (বাক্যত)কিবা কাম কৰিছে নে কামটোৱে কৰ্তাক প্ৰভাৱান্বিত কৰিছে, তাক দেখুওৱা ক্ৰিয়াপদৰ ৰূপ৷ যদিহে কৰ্তাই কিবা কাম কৰে, তেন্তে ই কৰ্তৃবাচ্য আৰু যদিহে কামটোৱে কৰ্তাক প্ৰভাৱান্বিত কৰিছে, বা কামটোৰ গুৰুত্ব অধিক, তেতিয়া ই কৰ্মবাচ্য৷
English: voice,
Assamese: বাচ্য