বাজিখেলবাজী ধৰ্

বাজী (Assamese) [ Roman: ba.ji]
Contributed by: Himjyoti Talukdar on 2009-05-31
1. Animal(Common Noun-Common) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads. চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-11
2. (Abstract Noun) A prediction that certain event will take place কোনো ঘটনা ঘটিব বুলি কৰা পূৰ্বানুমান