বাণৰজাবাত মাছ

বাত (Assamese) [ Roman: bat]
Contributed by: Anjali Sonowal on 2010-07-06
1. (Material Noun-Neuter) Moving air, especially a natural and perceptible movement of air parallel to or along the ground. গতিশীল বায়ু, বিশেষকৈ ভূমিৰ সমান্তৰালকৈ বোৱা বায়ুৰ স্বাভাৱিক আৰু গমিব পৰা গতি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-03
2. Fish(Common Noun-Common) a kind of fish belonging to the species particularly found in India, Pakistan and Bangladesh. লেবিয়া বাতা বা চাইপ্ৰিনাচ বাতা প্ৰজাতিৰ এবিধ মাছ, বিশেষকৈ ভাৰত, পাকিস্তান আৰু বাংলাদেশত পোৱা যায়৷

Contributed by: Partha P Sarmah on 2010-12-14
3. (Abstract Noun) the basic unit of currency in Thailand. থাইলেন্ডৰ মুদ্ৰাৰ মূল গোট৷
English: baht,
Assamese: বাত