বাতাহ বাতায়নী

বাতায়ন (Assamese) [ Roman: ba.ta.yon]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-20
1. (Material Noun-Neuter) An opening constructed in a wall or roof that functions to admit light or air to an enclosure and is often framed and spanned with glass mounted to permit opening and closing. পোহৰ আৰু বতাহ সোমোৱাৰ সুবিধাৰ কাৰণে ঘৰৰ বেৰ বা চালত ৰখা ডাঙৰ ফুটা, য’ত সাধাৰণতে কাঠ, বাঁহ বা ধাতুৰে নিৰ্মিত গাঁথনিত আইনা আদি লগাই খোলা-বন্ধ কৰিব পৰা ব্যৱস্থা থাকে ৷

Contributed by: Mousumi Konwar on 2022-12-31
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
2. Geography(Abstract Noun) biological degradation of organic matter in water. পানীত থকা জৈৱ পদাৰ্থৰ জৈৱিক অৱনমন ঘটা প্ৰক্ৰিয়া৷