বাঢ়ৈবাঢ়্
বাঢ়ৈটোকা (Assamese) [ Roman: ba.rhoi.to`.ka]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
English: miser, niggard,
Assamese: অৰ্থগৃধু, অৰ্থপ্শাচ, আঁতকৰালী, কঞ্জুচ, কটকিনা, কাঠ-কুঠাৰ, কিৰ্পিণ, কুটি-খোৱা, কৃপণ, কৰাইচ, গূ-পেৰেত, চিকটা, চিপা, চিপিৰা, জলকেৰেপ, জিকাজৰী, টটাৰি, দৃঢ়মুষ্টি, বখিল, বজ্ৰবটালি, বান্ধ-কেৰেপ, বান্ধকানি, বাঢ়ৈটোকা, বেতেৰি-চেপা, ব্যয়কুণ্ঠ, মুঠি-টান, মুথাতান্ bo , হাত-টান,
Bodo: खिरफिन,
Khasi: u byrtia,
Nagamese: kirpon, konjus,
Dimasa: gejebroh, kaitiroh,
Hindi: कंजूस,
Nepali: कन्जुस, लोभी,
Tiwa: khustiya,
Deori: অতুন গেই
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-04
English: Dendrocopos himalayensis, dinopium shorii, himalayan flameback, himalayan goldenback, three-toed goldenback,
Assamese: বাঢ়ৈটোকা
বাঢ়ৈটোকা (Assamese) [ Roman: ba.rhoi.to`.ka]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Proper Adj.-Common) a person whose aim is to save money and who finds it hard to spend money অৰ্থকে মূল উদ্দেশ্য বুলি ভবা আৰু অৰ্থ ব্যয় কৰিবলৈ টান পোৱা ব্যক্তি Assamese: অৰ্থগৃধু, অৰ্থপ্শাচ, আঁতকৰালী, কঞ্জুচ, কটকিনা, কাঠ-কুঠাৰ, কিৰ্পিণ, কুটি-খোৱা, কৃপণ, কৰাইচ, গূ-পেৰেত, চিকটা, চিপা, চিপিৰা, জলকেৰেপ, জিকাজৰী, টটাৰি, দৃঢ়মুষ্টি, বখিল, বজ্ৰবটালি, বান্ধ-কেৰেপ, বান্ধকানি, বাঢ়ৈটোকা, বেতেৰি-চেপা, ব্যয়কুণ্ঠ, মুঠি-টান, মুথাতান্ bo , হাত-টান,
Bodo: खिरफिन,
Khasi: u byrtia,
Nagamese: kirpon, konjus,
Dimasa: gejebroh, kaitiroh,
Hindi: कंजूस,
Nepali: कन्जुस, लोभी,
Tiwa: khustiya,
Deori: অতুন গেই
Different POS:
a. Abstract Noun: miserly, niggardly, stingy, কটকিনালি, কাৰ্পণ্য...Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-03-04
2. Bird(Common Noun-Common) large woodpeckers which are resident breeders in tropical southern Asia and They derive their English names from their golden or crimson backs. এবিধ কাঠ ৰোকা চৰাই৷ ইয়াক অসমৰ লগতে সমগ্ৰ দক্ষিণ এচিয়াত পোৱা যায়৷
Assamese: বাঢ়ৈটোকা