বাৰিধৰবাৰিবাহ

বাৰিনিধি (Assamese) [ Roman: ba.ri.ni.dhi]
Contributed by: Anjali Sonowal on 2008-11-19
Ref: হেমকোষ (পুৰণি)
1. Geology(Abstract Noun) the vast body of salt water that covers almost three fourths of the earth's surface ভূ-পৃষ্ঠৰ প্ৰায় তিনি-চতুৰ্থাংশ আৱৰি থকা লুণীয়া পানীৰ বিশাল জলৰাশি