বাৰ্বেল মাছবাৰ্লিন

বাৰ্লি (Assamese) [ Roman: bar.li]
Contributed by: Bikram M Baruah on 2010-06-07
1. Plants(Common Noun) a tall grass-like plant with long straight hairs growing from the head of each stem, or the grain obtained from this plant which is used for food and for making beer and whisky বাম মাটিত সিঁচি খেতি কৰা ধানৰ নিচিনা এবিধ শস্য ৷ ইয়াৰপৰা প্ৰধানকৈ ময়দা তৈয়াৰ কৰা হয় ৷ কিণ্বন প্ৰক্ৰিয়াৰে ইয়াৰ বীজৰ পৰা সুৰা তৈয়াৰ কৰাত বহুলভাৱে ব্যৱহাৰ হয় ৷