বিকাশশীলবিকাৰগ্ৰস্ত

বিকাৰ (Assamese) [ Roman: bi.kar]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-02-19
1. (Abstract Noun-Neuter) a physical or medical state of pain, distress caused by a disease or injury. ৰোগ বা আঘাতৰ দ্বাৰা সৃষ্ট বেদনা আৰু দুৰ্দশাজনক শাৰীৰিক অৱস্থা৷

Contributed by: Biraj Kumar Kakati on 2009-02-19
2. (Abstract Noun) The act of losing it's original property to a poor form. আদি প্ৰকৃতি বা আকৃতিৰপৰা সলনি হোৱা অবস্থা; বেয়ালৈ হোৱা পৰিৱৰ্তন।
English: deformation,
Assamese: বিকাৰ

Different POS:

a. Proper Adj.-Common: deformed, distorted, বিকৃত, হেনাহুঁচা, Stem...

Contributed by: Himasri Das on 2023-08-28
3. (Abstract Noun) a form of human behaviour which deviates from what is considered to be orthodox or normal. মানুহৰ এনে এক ধৰণৰ আচৰণ যিটো গতানুগতিক বা স্বাভাৱিক বুলি গণ্য কৰা আচৰণৰ পৰা বিচ্যুত হয়৷
English: perversion,
Assamese: বিকাৰ