বিদাৰকবিদাৰণ কৰ্

বিদাৰণ (Assamese) [ Roman: bi.da.ron]
Contributed by: Swapnita Kakati on 2006-08-21
1. (Abstract Noun) a sudden outwards destructive force caused by a chemical or radioactive reaction ৰাসায়নিক অথবা তেজস্ক্ৰিয় বিক্ৰিয়াৰ ফলত হঠাৎ সৃষ্টি হোৱা এক বিধ্বংসী বল

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-08
2. (Verbal Noun) the act of separating into pieces by pulling apart ফলা কাৰ্য্য; বল প্ৰয়োগ কৰি ভেদ বা বিদীৰ্ণ কৰা কাৰ্য্য