বিনাশিবিনায়ক

বিনাশী (Assamese) [ Roman: bi.na.xi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-09
1. (Proper Adj.) Likely to decay or go bad quickly. সোনকালে পচি যাব পৰা বা বেয়া হৈ যাব পৰা।

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-03-08
2. (Proper Adj.-Neuter) able to or having the intention to render useless or destroy. ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা