বিবুধবিবুধিত
বিবুধান (Assamese) [ Roman: bi.bu.dhan]
Contributed by: Biraj Kumar Kakati on 2008-04-23
English: intellect, intelligence, merit, sharpness, wisdom,
Assamese: অৱবোধ, আকল, ঘিঁউ, চম্বিত, তীক্ষ্ণতা, ধাৰণাশক্তি, ধী, ধী-শক্তি, প্ৰজ্ঞা, প্ৰজ্ঞান, প্ৰতিভান, বিচাৰ শক্তি, বিবুধান, বুদ্ধি, বুদ্ধি-বৃত্তি, বুদ্ধিমত্বা, বোধ, বোধশক্তি, মনীষা, মানসিক শক্তি, মেধা, সূক্ষ্মবুদ্ধি,
Bodo: बुद्धि, सोलो, बुद्धि,
Mising: pinnyo,
Khasi: ka dor,
Garo: kragipa,
Karbi: bidi, phu ingcho,
Nagamese: buddhi, gyan, jugyota,
Deori: দিচি, ৰিমু
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
English: Buddha, canny, knowing, knowledgeable, shrewd, wise,
Assamese: অন্তৰ্বাণি, অৱবুদ্ধ, আত্মজ্ঞ, উদ্বুদ্ধ, উদ্বোধিত, ক্ষেত্ৰজ্ঞ, জানন্তা, জ্ঞানজ্যেষ্ঠ, জ্ঞানশালী, জ্ঞানী, জ্ঞানৱন্ত, জ্ঞানৱান, ত্ৰিকায়, ধীমান, ধীযুক্ত, ধীসম্পন্ন, পণ্ডিত, প্ৰজ্ঞাৱান, প্ৰবুদ্ধ, প্ৰমতি, প্ৰাজ্ঞ, বিজ্ঞ, বিদ্বজন, বিদ্বান, বিদ্যাধৰ, বিবুধ, বিবুধান, বুদ্ধ, বুদ্ধিত বৃহস্পতি, বুদ্ধিদ্বীপ্ত, বুদ্ধিবন্ত, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধ, বেত্তা, মথিয়ন, মেধাযুক্ত, মেধাৱান, মেধাৱী, সম্বুদ্ধ, সাৰস্বত, সুধী, সুমনা, সূৰ, সূৰি, সূৰী,
Bodo: आखा फाखा, गियानि, गियानी, गुनि, दुष्त, सालाक, सियान,
Mising: kinne,
Garo: gisik seng.a,
Meeteilon: heishingba,
Nagamese: giani, gyani,
Dimasa: girigbi,
Nepali: ज्ञानी, बुद्धिमान्,
Tiwa: sioja,
Deori: গিয়ানি, দুৰতং
বিবুধান (Assamese) [ Roman: bi.bu.dhan]
Contributed by: Biraj Kumar Kakati on 2008-04-23
1. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|
Assamese: অৱবোধ, আকল, ঘিঁউ, চম্বিত, তীক্ষ্ণতা, ধাৰণাশক্তি, ধী, ধী-শক্তি, প্ৰজ্ঞা, প্ৰজ্ঞান, প্ৰতিভান, বিচাৰ শক্তি, বিবুধান, বুদ্ধি, বুদ্ধি-বৃত্তি, বুদ্ধিমত্বা, বোধ, বোধশক্তি, মনীষা, মানসিক শক্তি, মেধা, সূক্ষ্মবুদ্ধি,
Bodo: बुद्धि, सोलो, बुद्धि,
Mising: pinnyo,
Khasi: ka dor,
Garo: kragipa,
Karbi: bidi, phu ingcho,
Nagamese: buddhi, gyan, jugyota,
Deori: দিচি, ৰিমু
Different POS:
a. Proper Adj.-Common: bright, intelligent, sharp, smart, আফৰী...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. (Proper Adj.-Common) having, showing, or dictated by wisdom, prudence, or sensibility জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)Assamese: অন্তৰ্বাণি, অৱবুদ্ধ, আত্মজ্ঞ, উদ্বুদ্ধ, উদ্বোধিত, ক্ষেত্ৰজ্ঞ, জানন্তা, জ্ঞানজ্যেষ্ঠ, জ্ঞানশালী, জ্ঞানী, জ্ঞানৱন্ত, জ্ঞানৱান, ত্ৰিকায়, ধীমান, ধীযুক্ত, ধীসম্পন্ন, পণ্ডিত, প্ৰজ্ঞাৱান, প্ৰবুদ্ধ, প্ৰমতি, প্ৰাজ্ঞ, বিজ্ঞ, বিদ্বজন, বিদ্বান, বিদ্যাধৰ, বিবুধ, বিবুধান, বুদ্ধ, বুদ্ধিত বৃহস্পতি, বুদ্ধিদ্বীপ্ত, বুদ্ধিবন্ত, বুদ্ধিমন্ত, বুদ্ধিমান, বুদ্ধিশালী, বুধ, বেত্তা, মথিয়ন, মেধাযুক্ত, মেধাৱান, মেধাৱী, সম্বুদ্ধ, সাৰস্বত, সুধী, সুমনা, সূৰ, সূৰি, সূৰী,
Bodo: आखा फाखा, गियानि, गियानी, गुनि, दुष्त, सालाक, सियान,
Mising: kinne,
Garo: gisik seng.a,
Meeteilon: heishingba,
Nagamese: giani, gyani,
Dimasa: girigbi,
Nepali: ज्ञानी, बुद्धिमान्,
Tiwa: sioja,
Deori: গিয়ানি, দুৰতং