বিভ্ৰান্তিজনকবিভৱ অন্তৰ

বিভৱ (Assamese) [ Roman: bi.bhob]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. Physics(Abstract Noun) the quantity determining the energy of mass in a gravitational field or of charge in an electric field. মহাকৰ্ষণীয় ক্ষেত্ৰৰ কোনো বিন্দুলৈ অসীমৰ পৰা এক গ্ৰাম ভৰ কঢ়িয়াই আনোতে কৰিবলগীয়া কাৰ্য্য। বা বিদ্যুত্ ক্ষেত্ৰৰ কোনো বিন্দুলৈ একক আধান কঢ়িয়াই আনোতে কৰিব লগীয়া কাৰ্য্য।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-29
2. (Abstract Noun) Anything owned by an individual that has a cash value. This includes property, goods, savings or investments কোনো ব্যক্তিৰ টকা-পইছা, মাটি-বাৰী, সা-সম্পত্তি আদি৷