বিলাতী মাটিবিলাপ কৰ্
বিলাপ (Assamese) [ Roman: bi.lap]
Contributed by: ৰূপকমল on 2007-02-22
English: cry,
Assamese: অশ্ৰুত্যাগ, অশ্ৰুপাত, অশ্ৰুবিসৰ্জ্জন, অশ্ৰুবৰ্ষণ, কন্দা-কটা, কান্দন, কান্দনি, কান্দোন, ক্ৰতু, ক্ৰন্দন, বিননি, বিলাপ, ৰোদন,
Bodo: गाबनाय, होसिख्रावनाय,
Tai: হাই,
Deori: উগাবা
বিলাপ (Assamese) [ Roman: bi.lap]
Contributed by: ৰূপকমল on 2007-02-22
1. (Verbal Noun) the act of shedding tears শোকত বা দুখত চকুলো উলিওৱা কাৰ্য্য
Assamese: অশ্ৰুত্যাগ, অশ্ৰুপাত, অশ্ৰুবিসৰ্জ্জন, অশ্ৰুবৰ্ষণ, কন্দা-কটা, কান্দন, কান্দনি, কান্দোন, ক্ৰতু, ক্ৰন্দন, বিননি, বিলাপ, ৰোদন,
Bodo: गाबनाय, होसिख्रावनाय,
Tai: হাই,
Deori: উগাবা