বিলাহীবিলাহীখিনি

বিলাহী-বেঙেনা (Assamese) [ Roman: bi.la.hi.be.nge.na]
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-01
1. Vegetables(Common Noun-Neuter) A widely cultivated South American plant or its fruit (Lycopersicon esculentum) having edible, fleshy, usually red fruit. মূলতঃ দক্ষিণ-আমেৰিকাৰ এবিধ পাছলি৷ বৰ্তমান ই পৃথিৱীৰ সকলো প্ৰান্ততে পোৱা যায়৷ ই পকিলে ৰঙা হৈ পৰে৷