বিহবিহংগ

বিহ-জলকীয়া (Assamese) [ Roman: bih-jo.lo.ki.ya]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-11
1. Vegetables(Proper Noun-Neuter) The hottest chilli variety in India recently, (2007 Feb) the Bhut or Bih Jolokia chili pepper was officially recorded in the Guiness Book of World Records as Worlds Hottest Pepper lab tested at 1,001,304 Scoville Heat Units., botanically known as Capsicum chinense jacquin, is extensively grown in the northeastern region of India that it was known as "the king of chilies", predominantly in the states of Assam, Nagaland and Manipur. Eventhough the English translation of the Assamese word 'Bhot' is wrongly ascribed in the media as 'ghost' making it popular as the 'ghost chilli'. However, in reality the 'Bhot' in this case refers to Tibetan or Bhutanese. ২০০৭ চনৰ ফেব্ৰুৱাৰি মাহত বিশ্বৰ সকলোতকৈ জলা জলকীয়া হিচাপে "গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ''-ত ভোট-জলকীয়া বা বিহ-জলকীয়াই স্থান লাভ কৰিছে ৷ ইয়াৰ জলাৰ মাত্ৰা হ'ল 'স্ক'ভাইল হিট ইউনিট' (SHU)-ৰ মতে ১,০০১,৩০৪ ৷ ভোট-জলকীয়া বা বিহ-জলকীয়াৰ বৈজ্ঞানিক নাম হৈছে Capsicum chinense ৷ ই সাধাৰণতে উত্তৰ-পূব ভাৰতৰ বিশেষকৈ অসম, নগালেণ্ড আৰু মণিপুৰত উৎপন্ন হোৱা এই জলকীয়াবিধক জলকীয়াৰ ৰজা বোলা হয় ৷