বিহতাবিহনী

বিহদাঁত (Assamese) [ Roman: bih.da~t]
Contributed by: Ranjita Pegu on 2007-01-03
1. (Material Noun-Neuter) A long, pointed tooth of a snake used for biting and injecting venom. জীৱ-জন্তুক কামুৰিবলৈ আৰু বিষ সুমুৱাবলৈ ব্যৱহাৰ কৰা সাপৰ এটা দীঘল, জোঙা দাঁত৷