বিহফোঁহাবিহমৰিচ

বিহফোঁহোৰা (Assamese) [ Roman: bih.pho`~.ho`.ra]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-26
1. (Material Noun-Neuter) a sore on the skin or a mucous membrane, accompanied by the disintegration of tissue, the formation of pus, etc. ছাল বা শৰীৰৰ ভিতৰৰ কোনো আৱৰণত হোৱা ঘা, য’ত কলা নষ্ট হয় আৰু পূঁজ জমা হয়|