বিয়াঁবিয়াগীত

বিয়াকুল (Assamese) [ Roman: bi.ya.kul]
Contributed by: Dr. Armaan U. Muzaddadi on 2008-07-29
1. Emotions-Expressions(Abstract Noun) the character of not being able to focus or be stationary due to fear or anxiety ভয় বা মানসিক আকুলতাৰ বাবে কোনো কথাত লাগি থাকিব নোৱাৰা বা থিৰে থাকিব নোৱাৰা অৱস্থা