বিৰাবেবিৰাম-চিহ্ন

বিৰাম (Assamese) [ Roman: bi.ram]
Contributed by: Biraj Kumar Kakati on 2006-11-28
1. (Abstract Noun) an empty time interval; interruption in continuity কোনো কামৰ মাজতে ৰোৱা সময়, বিৰতি বা যতি

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-28
2. (Abstract Noun-Neuter) Interval of rest or relief. জিৰণি বা আৰামৰ বাবে লোৱা বিৰতি৷

বিৰাম (Hajong)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-27
3. (Proper Adj.-Common) in a state of unwell, infected by disease শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত