বীৰত্ববীৰদত্তৰ

বীৰদত্ত (Assamese) [ Roman: bir.dot.to]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-08
1. Historial(Proper Noun-Common &/or Masculine) Two young men, Haradutta and Biradutta, during 1795ad started revolt against Ahom Kingdom and were defeted by Kaliabhomora. ১৭৯৫ চনত কামৰূপৰ হৰদত্ত-বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ কিন্তু এই বিদ্ৰোহক আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল৷
English: Biradutta,
Assamese: বীৰদত্ত