বুকুবৰিবুকুভৰা

বুকুভঙা (Assamese) [ Roman: bu.ku.bho.nga]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-04-15
1. (Proper Adj.) (a news or event) so sad that it distresses one's heart or mental states. (এক বাৰ্তা বা ঘটনা), যি ইমানেই বেদনাদায়ক যে ই কাৰোবাৰ অন্তৰ বা মানসিক অৱস্থাক তীব্ৰ যন্ত্ৰণা দিয়ে ৷