বেঁকাকৈবেঁকী
বেঁকাবেঁকি (Assamese) [ Roman: be~.ka.be~.ki]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-17
English: bended, bent, crooked, curved, oblique,
Assamese: আঁকোৰা, এঢলীয়া, কতীয়া, কাইতা bo , কিলাকুটীয়া, কেঁকুৰি, কেঁকোৰা, কেৰাহি, কেৰেচা, কেৰেচীয়া, কেৰেপা-কেৰেপি, কোঁটা, ঘুকুচা, ঘোৰ খোৱা, টেৰা, টেৰেচীয়া, তীৰ্যক, তীৰ্য্যক, তেৰেচীয়া, তেৰেছা, ধেনুভিৰীয়া, ধেনুভেৰীয়া, নুব্জ্য, বংকিম, বক্ৰ, বক্ৰাকাৰ, বঙ্কিম, বেঁকা, বেঁকাবেঁকি, বেঁকোৰা, বেংকা bo , বেকেটা, ভাঁজ লগা, ভেঙুৰা, ভেঙ্গুৰা, ভেমেচা, মেচা, হঁকয়া, হেঁকেচা, হেঁকেৰা, হেতামেচা, হৈয়া,
Bodo: खेंख्रा, गंनाइ, देमनाइ,
Mising: ge:ne,
Khasi: ka jingmon,
Bishnupriya Manipuri: বেকা,
Karbi: kekek,
Nagamese: beka, tera,
Dimasa: daira, gugui, guire, karti,
Tai: বা লুম্,
Bangla: তেড়া, বঙ্কিম, বাঁকা,
Deori: কেকুৰা, কৰগাৰুবা, দাগুৰা, পাক-কুন, মেচা
Contributed by: Biraj Kumar Kakati on 2008-03-13
English: zig-zag, zigzag,
Assamese: অঁকোৱা-পকোৱা, একা-বেঁকা, কেঁকোৰা-কেঁকুৰি, কেঁকোৰা-বেঁকোৰা, কেকৰা মেকৰা bo , কেৰিমেৰি, টেৰা-টেৰি, টেৰা-বেঁকা, দোপাকী-তেপাকী, পকীয়াপকি, পকোৱাপকি, বাৰেভঁজীয়া, বেঁকাবেঁকি, বেংকুৰা, ভেঙুৰা-ভেঙুৰি, ভেমেচা-ভেঁমেচি, সৰ্পিল, হেঁকেৰা-হেঁকেৰি,
Bodo: खेंख्रा-खेंख्रि,
Mising: teker-terer,
Khasi: ba kyllain,
Dimasa: guire-guitap,
Deori: অকিয়া-পকিয়া
বেঁকাবেঁকি (Assamese) [ Roman: be~.ka.be~.ki]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-17
1. (Proper Adj.-Neuter) diverging from a given straight line or course. নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
Assamese: আঁকোৰা, এঢলীয়া, কতীয়া, কাইতা bo , কিলাকুটীয়া, কেঁকুৰি, কেঁকোৰা, কেৰাহি, কেৰেচা, কেৰেচীয়া, কেৰেপা-কেৰেপি, কোঁটা, ঘুকুচা, ঘোৰ খোৱা, টেৰা, টেৰেচীয়া, তীৰ্যক, তীৰ্য্যক, তেৰেচীয়া, তেৰেছা, ধেনুভিৰীয়া, ধেনুভেৰীয়া, নুব্জ্য, বংকিম, বক্ৰ, বক্ৰাকাৰ, বঙ্কিম, বেঁকা, বেঁকাবেঁকি, বেঁকোৰা, বেংকা bo , বেকেটা, ভাঁজ লগা, ভেঙুৰা, ভেঙ্গুৰা, ভেমেচা, মেচা, হঁকয়া, হেঁকেচা, হেঁকেৰা, হেতামেচা, হৈয়া,
Bodo: खेंख्रा, गंनाइ, देमनाइ,
Mising: ge:ne,
Khasi: ka jingmon,
Bishnupriya Manipuri: বেকা,
Karbi: kekek,
Nagamese: beka, tera,
Dimasa: daira, gugui, guire, karti,
Tai: বা লুম্,
Bangla: তেড়া, বঙ্কিম, বাঁকা,
Deori: কেকুৰা, কৰগাৰুবা, দাগুৰা, পাক-কুন, মেচা
Antonyms:
a. Proper Adj.-Neuter: straight, অবক্ৰ, ঋজু, চিধা, ডঁৰ-কাল...Different POS:
b. Verb-Trans.: bend, coil, convolve, twist, ককৰা...Contributed by: Biraj Kumar Kakati on 2008-03-13
2. (Proper Adj.) A line, road or pattern which makes alternate repeated sharp turns, loooks like a series of the English letter W or M as it bends to the left and then to the right again ইংৰাজী W বা M আখৰটোৰ আকৃতিৰ, চিধা নোহোৱা কোনো ৰেখা, বাট বা আৰ্হি| পাহাৰীয়া পথৰ দৰে