বেলিঘড়ীবেলিমাৰ

বেলিফুল (Assamese) [ Roman: be.li.phul]
Contributed by: Bikram M Baruah on 2006-12-09
1. (Proper Noun-Neuter) any plant of the genus Helianthus having large flower heads with dark disk florets and showy yellow rays. হালধীয়া বৰণৰ, ডাঙৰ, পদুমৰ নিচিনা চকা পাতি ফুল মেলা এবিধ ফুল৷ পাতৰ দাঁতিবোৰ ফেৰেঙণি মেলা আৰু ফুলবিলাক সূৰ্য্যৰ ফাললৈ মুখকৈ থাকে।